আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱা (ৰুবুল)ৰ দেহাৱসান।
গোষ্ঠীটোৰ অন্যতম স্বাত্বাধিকাৰী আছিল বৰুৱা।
মঙলবাৰে দেহাৱসান ঘটে তেঁওৰ।
দিনৰ প্ৰায় ১০-৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই।
মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত বিয়োগ ঘটে তেখেতৰ।
দুৰ্গা পূজাৰ আগৰ পৰাই চিকিৎসাধীন হৈ আছিল বৰুৱা।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।
উল্লেখ কৰা প্ৰয়োজন যে তুলসী গোবিন্দ বৰুৱাৰ পুত্ৰ আছিল তেঁও।