-
চানমাৰিৰ নৱনিৰ্মিত উৰণ সেতু পৰ্যবেক্ষণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
-
নুনমাটিৰ পৰা চানমাৰি অংশ সম্পূৰ্ণ হ’ব ২০২৫ৰ ৩১ মাৰ্চত
-
চানমাৰিৰ পৰা ৰিজাৰ্ভ বেংক অংশ ২০২৬ চনৰ জানুৱাৰীত সম্পূৰ্ণ কৰাৰ লক্ষ্য
-
দুৰ্গা পূজাৰ সময়ছোৱাত নৱনিৰ্মিত উৰণ সেতুৰ কাম বন্ধ থাকিব
-
চাৰিলেনযুক্ত উৰণ সেতুখন প্রায় ৫ কিঃ মিঃ দীঘল হ’ব
-
প্রায় ৮০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন
-
উৰণ সেতুৰ কামৰ বুজ লৈ এই মন্তব্য মুখ্যমন্ত্রীৰ
Also Read: চাকৰি এৰি কংগ্ৰেছত যোগদান ৰাজপত্ৰিত বিষয়াৰ পল্লবী শইকীয়াৰ