নিশা চানমাৰিত ডকাইতি কাণ্ড : টকাৰ বেগ লৈ উধাও অচিনাক্ত দুৰ্বৃত্ত

নিশা চানমাৰিত ডকাইতি কাণ্ড : টকাৰ বেগ লৈ উধাও অচিনাক্ত দুৰ্বৃত্ত
Published on
Updated on
  • নিশা গুৱাহাটী মহানগৰীত ডকাইতি কাণ্ড

  • সোমবাৰে নিশা চানমাৰি খেলপথাৰৰ সন্মুখত সংঘটিত হয় ডকাইতি কাণ্ড

  • স্কৰপিঅ' বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ নথি-পত্ৰ

  • জানিব পৰা মতে চানমাৰি খেলপথাৰৰ সন্মুখত থকা উক্ত বাহনখনৰ পৰা ৫৪ হাজাৰ টকা দুৰ্বৃত্তই লৈ যায়

  • বাহনখনৰ গ্লাছ ভাঙি টকাৰ বেগ লৈ উধাও অচিনাক্ত দুৰ্বৃত্ত।

নিশা চানমাৰিত ডকাইতি কাণ্ড : টকাৰ বেগ লৈ উধাও অচিনাক্ত দুৰ্বৃত্ত
গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ হেৰিটেজত চিত্ৰ প্ৰদৰ্শনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in