মহিলাক চুৰিকাঘাত কৰি লুটি নিলে আ-অলংকাৰসহ নগদ ধন

মহিলাক চুৰিকাঘাত কৰি লুটি নিলে আ-অলংকাৰসহ নগদ ধন
Published on
Updated on
  • মহানগৰীত দুর্বৃত্তৰ সন্ত্ৰাস

  • বামুণীমৈদামত সংঘটিত হয় ডকাইতি কাণ্ড

  • মহিলাক চুৰিকাঘাত কৰি দুৰ্বৃত্তই লুটি নিলে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন

  • জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকীৰ নাম অনিতা পোদ্দাৰ

  • উক্ত কাণ্ডৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী

  • মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত অনিতা পোদ্দাৰক

  • সম্প্ৰতি দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত চলাই আছে

  • ফিৰোজ আলী নামৰ লোক এজনৰ ওপৰত সন্দেহ অনিতা পোদ্দাৰৰ পৰিয়ালৰ

  • ফিৰোজ আলীয়ে উক্ত কাণ্ড সংঘটিত কৰাৰ সন্দেহ

মহিলাক চুৰিকাঘাত কৰি লুটি নিলে আ-অলংকাৰসহ নগদ ধন
ঢকুৱাখনাত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in