গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ সদস্য…

  • গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ সদস্য।
  • ধৃত আলফা স্বাধীনৰ সদস্যগৰাকীৰ নাম বিতোপন সোণোৱাল।
  • বুধবাৰে দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলফা স্বাধীনৰ সদস্য।
  • আৰক্ষীয়ে লাভ কৰা খবৰনুসৰি যোৱা ২৮ ডিচেম্বৰৰ পৰা বাহৰ পাতি আছিল গুৱাহাটীত।
  • মহানগৰীৰ পাঞ্জাবাৰীৰ পাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলফা স্বাধীনৰ সদস্যজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in