গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
Published on
Updated on
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা।
  • ১৩ অক্টোবৰত ঘোষণা কৰা হয় এই ফলাফল।
  • প্ৰথম ৫টা স্থান লাভ কৰে মুঠ ৮জন ছাত্ৰ-ছাত্ৰীয়ে।
  • ইয়াৰে ২টা স্হান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
  • প্ৰথম ৫টা স্থানৰ ৬জন ছাত্র-ছাত্ৰী গুৱাহাটী কমাৰ্চ কলেজৰ।
  • প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
  • প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
  • প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ স্বালিনী ওজা আৰু শাশ্বতী গোস্বামীয়ে।
  • প্ৰথম শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ অংকিতা দাস আৰু চয়নিকা দেৱীয়ে।
  • ইয়াৰ সমান্তৰালকৈ প্ৰথম শ্ৰেণীৰ পঞ্চম স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ এনি ভট্টাচাৰ্য আৰু নিমিষা মেধিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in