ৰঙিয়াত ৰে'লৰ পৰা জব্দ ৬০০ সক্ৰিয় গুলী...

ৰঙিয়াত ৰে'লৰ পৰা জব্দ ৬০০ সক্ৰিয় গুলী...
ৰঙিয়াত ৰে'লৰ পৰা জব্দ ৬০০ সক্ৰিয় গুলী...
Published on
Updated on
  • ৰাজ্যত অবৈধ সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত ৰে'ল হৈ পৰিছে অপৰাধীৰ বাবে সুৰক্ষিত মাধ্যম।

  • ড্ৰাগছ, গাঞ্জা, চুপাৰী আদিৰ পাছত এইবাৰ ৰে'লত উদ্ধাৰ সক্ৰিয় গুলী।

  • ৰঙিয়াত নামনিমুৱা অৱধ আছাম এক্সপ্রেছৰ পৰা জব্দ কৰা হৈছে এই সক্ৰিয় গুলীখিনি।

  • জি আৰ পি এফে নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ পৰা জব্দ কৰিছে ৬০০টা সক্রিয় গুলী।

  • GRPFৰ তহলদাৰী দলে আটক কৰে গুলীসহ এজন সৰবৰাহকাৰীক।

  • ডিমাপুৰৰ পৰা বিহাৰলৈ অবৈধভাৱে সৰবৰাহৰ সময়তে জব্দ এই গুলীখিনি।

  • ৰঙিয়া ষ্টেচনৰ পৰা গুলীসহ আটক সৰবৰাহকাৰী কৈলাশ শৰ্মাক।

ৰঙিয়াত ৰে'লৰ পৰা জব্দ ৬০০ সক্ৰিয় গুলী...
ৰাইজৰ প্ৰতিবাদত সেও মানিলে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in