ডিজিটেল ডেস্ক : দেশত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটদান পৰ্ব। ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব ।
নিৰ্বাচন উপলক্ষে আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যসমূহৰ ভোটদানৰ হাৰ উল্লেখ কৰা হ'ল- পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ১০.৮২ শতাংশ।
-
বিহাৰ- ৯.৬৬ শতাংশ
-
হাৰিয়ানা- ৮.৩১ শতাংশ
-
জম্মু-কাশ্মীৰ- ৮.৮৯ শতাংশ
-
ঝাৰখণ্ড- ১১.৭৪ শতাংশ
-
দিল্লী- ৮.৯৪ শতাংশ
-
উৰিষ্যা- ৭.৪৩ শতাংশ
-
উত্তৰ প্ৰদেশ- ১২.৩৩ শতাংশ
-
পশ্চিমবংগ- ১৬.৫৪ শতাংশ।