অসম ব'ডি বিল্ডাৰছ এণ্ড ফিটনেছ এছ'চিয়েচনৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

উল্লেখ্য যে, ইচি কমিটীৰ বৈঠকখনত মুঠ ১৫ জন সদস্য নিৰ্বাচিত কৰা হৈছে। এজিএমত শ্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য পৃষ্ঠপোষক আৰু প্ৰশান্ত বৰাক মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
rfsc

ডিজিটেল ডেস্কঃ  আজি হোটেল লেণ্ডমাৰ্কত অসম বডি বিল্ডাৰছ এণ্ড ফিটনেছ এছ'চিয়েচনৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। উক্ত সভাত ভৱজ্যোতি গোস্বামীক সভাপতি আৰু হিমাংশু কলিতাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে।

উল্লেখ্য যে, ইচি কমিটীৰ বৈঠকখনত মুঠ ১৫ জন সদস্য নিৰ্বাচিত কৰা হৈছে। এজিএমত শ্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য পৃষ্ঠপোষক আৰু প্ৰশান্ত বৰাক মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰে।

ফিটনেছ এছ'চিয়েচন