ভালুকপুঙত সেনাবাহিনীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ আহত ২ জোৱান

ভালুকপুঙত সেনাবাহিনীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ আহত ২ জোৱান
Published on
Updated on
  • অসম অৰুণাচল সীমান্তত সেনাবাহিনীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

  • অসম অৰুণাচল সীমান্তৰ ভালুকপুঙত সংঘটিত হয় এই পথ দুৰ্ঘটনা

  • নিয়ন্ত্ৰন হেৰুৱাই দ খাৱৈত সোমাল ভাৰতীয় সেনাবাহিনীৰ কনভয়ৰ বাহন

  • দুজন সেনাবাহিনীৰ জোৱান গুৰুতৰভাৱে আহত

  • আহত জোৱান কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি

ভালুকপুঙত সেনাবাহিনীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ আহত ২ জোৱান
এইসকলে হেলমেট নিপিন্ধিলেও ভৰিব নালাগে জৰিমনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in