-
৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আৰক্ষীলৈ যোগ্য সেৱা পদক ঘোষণা।
-
অসমৰ ৮ গৰাকী আৰক্ষী বিষয়ালৈ সাহসিকতাৰ বঁটা।
-
সাহসিকতাৰ বঁটা লাভ কৰিছে ডি এছ পি প্রকাশ মেধিয়ে।
-
উপ-আৰক্ষী পৰিদৰ্শক ৰূপজ্যোতি নাথ আৰু লাটুক দাসলৈ এই বঁটা।
-
এছ আই মৌব্লিক ব্রহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষক প্রকাশ সোণোৱাললৈও সাহসিকতাৰ বঁটা।
-
কনিষ্টবল চেমছন টাৰ’, জয় কিৰি টেৰণ, নৱজ্যোতি ৰয়লৈ সাহসিকতাৰ বঁটা।
-
অসম আৰক্ষীৰ ১৩ গৰাকীলৈ বিশেষ সেৱা পদক।
-
এছ পি ৰাজেন সিঙলৈ বিশেষ সেৱা পদক।
-
আৰক্ষী পৰিদৰ্শক ৰূপজ্যোতি দত্ত, দ্বীপেন পাটৰলৈও বিশেষ সেৱা পদক।
-
উপ-আৰক্ষী পৰিদৰ্শক ৰাজকুমাৰ সিং, কমলেশ্বৰ পাণ্ডেলৈ বিশেষ সেৱা পদক।
-
ডি এছ পি সতীশ কুমাৰলৈ আৰক্ষীৰ বিশেষ সেৱা বঁটা।
-
হাবিলদাৰ দেৱেন চন্দ্র বৰা, ৰজনীকান্ত বৰ্মনলৈও বিশেষ সেৱা পদক।
-
এ এছ আই মনোৰঞ্জন কাকতি, এইচ বিশ্ব চন্দ্র সিংহলৈও বিশেষ সেৱা পদক।
-
কনিষ্টবল ইন্দ্র দাস, দিগন্ত বাগলাৰী, নিৰলাবালা কছাৰীলৈও এই বঁটা।
Also Read: বাক্সাত প্ৰতিবাদী সভাঃ উচ্ছেদৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ সাজু দল-সংগঠন