বটদ্ৰৱা বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্রতিবাদী কাৰ্যসূচী...

বটদ্ৰৱা বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্রতিবাদী কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ প্ৰচণ্ড গৰমকো নেওচি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বটদ্ৰৱা বিদ্যুৎ উপসংমণ্ডলবটদ্ৰৱা বিদ্যুৎ উপসংমণ্ডল কায্যলয়ৰ সন্মুখত ৰাইজৰ প্রতিবাদী কায্যসূচী। পবিত্ৰ ভাদ মাহত নামঘৰৰ পৰিবৰ্তে বটদ্ৰৱাৰ ভোমোৰাগুৰি, লালুংগাঁৱৰ আইমাতৃ সকল একত্ৰিত হৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

ৰাইজৰ দাবী দুখীয়া দৰিদ্ৰ পৰিয়ালৰ তেজ শুহি খোৱা এই স্মাৰ্ট মিটাৰৰ আমাক নালাগে, আমি স্মাৰ্ট মিটাৰ সংস্থাপন কৰিবলৈ নিদিওঁ। মহিলা সকলৰ দাবী মানি নললে পৰবৰ্তী সময়ত ভয়ংকৰ আন্দোলনৰ হুংকাৰ মহিলা সমাজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in