ভাল খবৰ: মঙলদৈত নৌকা স্বাস্থ্য সেৱা মুকুলি

ভাল খবৰ: মঙলদৈত নৌকা স্বাস্থ্য সেৱা মুকুলি
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ: গ্লেনমাৰ্ক ফাউণ্ডেশ্যন আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য চিকিৎসা বিভাগে মঙলদৈ নিকতৱৰ্তী গা ধোৱা চাপৰিত আৰম্ভ কৰিলে নৌকা স্বাস্থ্য সেৱা।যাতায়তৰ সু-ব্যৱস্থা নথকা চৰ অঞ্চলৰ ৰাইজে শিশু আৰু গৰ্ভৱতী মহিলাই স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব এই নৌকা চিকিৎসা ব্যৱস্থাত।

উল্লেখযোগ্য যে অসমৰ ১৫খন জিলাত এই এই নৌকা স্বাস্থ্য সেৱাৰ আৰম্ভ হৈছে যদিও শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে মঙলদৈ চৰ চাপৰি অঞ্চলৰ বাবে। এই শুভ অনুষ্ঠানত উপস্থিত থাকে গ্লেনমাৰ্ক ফাউণ্ডেশ্যনৰ বিষয়ববীয়া, বিধায়ক বসন্ত দাস, দৰং জিলাৰ আয়ুক্ত, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ বিষয়ববীয়া সকল। উল্লেখযোগ্য যে এই নৌকা স্বাস্থ্য সেৱাত সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব।

ভাল খবৰ: মঙলদৈত নৌকা স্বাস্থ্য সেৱা মুকুলি
নৱাগত নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান অখিল গগৈৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in