ঈদৰ প্ৰাকক্ষণত নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ ! এজনক গ্ৰেপ্তাৰ...
ঈদৰ প্ৰাকক্ষণত নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ ! এজনক গ্ৰেপ্তাৰ...

ঈদৰ প্ৰাকক্ষণত নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ ! এজনক গ্ৰেপ্তাৰ...

Published on
  • মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ।

  • বি এছ এফৰ জালত চোৰাং গৰুসহ সৰবৰাহকাৰী।

  • ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে আটক কৰে গৰু সৰবৰাহকাৰীটোক।

  • বি এছ এফে জব্দ কৰিছে দুটাকৈ চোৰাং গৰু।

  • বৰাইৰ আলগা বি এছ এফ নদী সীমান্তৰ পৰা কৰায়ত্ব কৰে সৰবৰাহকাৰীটোক।

  • সৰবৰাহকাৰীটোৰ নাম জয়নাল আবেদিন।

ঈদৰ প্ৰাকক্ষণত নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ ! এজনক গ্ৰেপ্তাৰ...
কানাডিয়ান ছলাৰ এপছে মাজুলীত লুটিলে প্ৰায় ১০ কোটিঃ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in