New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- চিৰাঙৰ কাশিকোত্রাৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
- একেলগে দুৰ্ঘটনাত পতিত ৬খনকৈ বাহন
- এখন তৈল পৰিবাহী টেংকাৰে মহতিয়াই নিয়ে আন ৫ খন বাহনক
- সম্পূৰ্ণৰূপে ধ্বংস বাহনখনৰ নম্বৰ AS 01D J 6358
- দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক
- নিহত যুৱকজন বাসুগাঁৱৰ নমিত গয়াৰী বুলি চিনাক্ত
- গুৰুতৰভাৱে আহত কেইবাজনো লোক
- দুৰ্ঘটনাত পতিত বাহনৰ নম্বৰ ক্ৰমে- AS 02 AN 8996, AS 01 EW 4838
- AS26C7307 নম্বৰৰ যাত্ৰীবাহী বাহনখন ৰাজপথৰ পৰা উফৰি পৰেগৈ খালত
- আন এখন ক্ষতিগ্ৰস্ত বাহনৰ নম্বৰ AS02AN 8996
- সংকটজনক নমিত গয়াৰীৰ ভগ্নী ঋতু গয়াৰীক চিকিৎসালয়ত ভৰ্তি