-
উৰণ সেতুৰ বাবে কটা নহয় দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছ সমূহ
-
টুইটযোগে আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ
-
ৰাইজক কিছু দিনৰ সময় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে
-
লোক নিৰ্মাণ বিভাগক বিকল্প প্ৰস্তাৱ সন্ধানৰ লগতে বিষয়টো পুণঃ মূল্যায়নৰ নিৰ্দেশ হিমন্ত বিশ্বৰ
I want to assure you that the government is deeply committed to preserving our city’s heritage and environment while advancing infrastructure. In constructing the flyovers from Dighalupukhuri to Noonmati, we are sincerely working to protect the old trees in the area. I urge all…
— Himanta Biswa Sarma (@himantabiswa) October 30, 2024
Also Read: বিশ্বৰ উন্নত ৰাষ্ট্ৰক চেৰ পেলাই আইফোন উৎপাদনৰ বজাৰত ভাৰতৰ ৰাজত্ব...