লংকাত জব্দ ৪ সৰবৰাহকাৰীসহ ৭ টা চোৰাং গৰু...

লংকাত জব্দ  ৪ সৰবৰাহকাৰীসহ ৭ টা চোৰাং গৰু...
Published on
Updated on
  • লংকাত আৰক্ষীয়ে জব্দ কৰিছে দুখন বাহনসহ ৭ টা চোৰাং গৰু।

  • লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলিপ বনীয়াৰ নেতৃত্বত এটা দলে লস্কৰপথাৰৰ পৰা বাহনসহ গৰু আৰু ৪ সৰবৰাহকাৰীক আটক কৰে।

  • ধৃত সৰবৰাহকাৰীকেইটা হৈছে খুটা মিঞা, মহম্মদ তাজউদ্দিন, কাবুল হুচেইন আৰু গিয়াছউদ্দিন।

  • জব্দকৃত বলেৰ' পিকআপ ভেন আৰু টাটা পিকআপ বাহনখনৰ নম্বৰ হৈছে AS 31C-2575 আৰু AS 01NC-9285।

  • আৰক্ষীৰ দলটোৱে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লংকাত জব্দ  ৪ সৰবৰাহকাৰীসহ ৭ টা চোৰাং গৰু...
শ্ৰী শ্ৰী নৰোৱা বালি সত্ৰ-কুজি সত্ৰৰ ঐতিহাসিক সমল-পুথিৰ ডিজিটাইজেশ্যন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in