মহানগৰীৰ ভাড়াঘৰত CRPF জোৱানক হত্যাঃ পত্নীলৈ অভিযোগৰ আঙুলি

dangor khabar
dangor khabar
Published on
Updated on
  • গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক হত্যাকাণ্ড

  • কাহিলিপাৰাৰ ভাড়াঘৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়

  • অবৈধ প্রেমৰ বাবে স্বামীক হত্যা কৰা সন্দেহ

  • পত্নী হীৰামণি হালৈৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগৰ আঙুলি

  • মৃত লোকজনৰ নাম দিটুমণি হালৈ

  • CRPF ৰ জোৱান আছিল হালৈ

  • কৰ্মসূত্ৰে তেওঁ নিয়োজিত হৈ আছিল মণিপুৰত

  • ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে চলাইছে তদন্ত

dangor khabar
ইতিহাসত প্ৰথমঃ লোকসভা অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ বিৰুদ্ধে যুঁজত নামিল কংগ্ৰেছৰ কে সুৰেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in