আমাৰ জয় নিশ্চিত, এগৰাকী বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ উচিত প্ৰত্যুত্তৰ দিব থাওৰাবাসীয়েঃ ধৈৰ্য কোৱঁৰ…

আমাৰ জয় নিশ্চিত, এগৰাকী বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ উচিত প্ৰত্যুত্তৰ দিব থাওৰাবাসীয়েঃ ধৈৰ্য কোৱঁৰ…
Published on
Updated on
  • থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে বিজেপি-কংগ্ৰেছক কৰিলে তীক্ষ্ণ সমালোচনা।
  • ৰাইজৰ দলৰ জয় নিশ্চিত বুলি কলে কোঁৱৰে।
  • দুৰ্নীতিমূক্ত এটা সমষ্টি গঠনৰ বাবে ৰাইজে মোক ভোট দিব।
  • এগৰাকী বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ উচিত প্ৰত্যুত্তৰ দিব থাওৰাবাসীয়ে।
  • কোনো এজন বিধায়কেই সমষ্টিৰ উন্নয়নত গুৰুত্ব নিদিলে।
  • বিজেপি প্ৰাৰ্থীগৰাকী জয়ৰ পৰা বহু আঁতৰত থাকিব।
  • থাওৰাবাসীৰ ৰাইজৰ সহযোগিতাৰ প্ৰতি আমি অভিভূত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in