ডিমৌৰ দিচাং দলঙৰ ৰেলিং ভাঙি পানীত পৰিল ট্ৰাকঃ উদ্ধাৰ অভিযান অব্যাহত

ডিমৌৰ দিচাং দলঙৰ ৰেলিং ভাঙি পানীত পৰিল ট্ৰাকঃ উদ্ধাৰ অভিযান অব্যাহত
Published on
Updated on
  • ডিমৌৰ দিচাং দলঙত ভয়াৱহ দুৰ্ঘটনা

  • দলঙৰ ৰেলিং ভাঙি বাগৰিল ট্ৰাক

  • বৰ্তমানো বাঢ়নী পানীৰ তলত লোহা ভৰ্তি ট্ৰাকখন

  • চালক-হেণ্ডিমেনক উদ্ধাৰ

  • উপস্থিত শিৱসাগৰ আৰক্ষী-প্ৰশাসন তথা SDRF ৰ দল

  • ট্ৰাক উদ্ধাৰ অভিযান অব্যাহত SDRF দলৰ

  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙত সংঘটিত এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in