ম'ষ্ট ৱাণ্টেড দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ...

ম'ষ্ট ৱাণ্টেড দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ...
Published on
Updated on
  • দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

  • গোৱাত গ্ৰেপ্তাৰ DB ষ্টকৰ স্বত্বাধিকাৰী প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক

  • IPS অমিত মাহাতেৰ নেতৃত্বত গোৱাত চলিছিল অভিযান

  • DB ষ্টকৰ বিৰুদ্ধে আছে ৭ হাজাৰ কোটি টকা লুন্ঠনৰ অভিযোগ

  • বিগত প্ৰায় দুমাহে পলাতক হৈ আছিল দীপাংকৰ বৰ্মন

  • ট্ৰেডিঙৰ নামত দেশ-বিদেশৰ বহু লোকৰ মাজত প্ৰৱঞ্চনাৰ জাল পেলাইছিল দীপাংকৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in