দিছপুৰত ডিভাইদাৰৰ ওপৰত চৰকাৰী বলেৰ' বাহন...

সোমবাৰে দুপৰীয়াভাগত দিছপুৰ লাষ্টগেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন চৰকাৰী বলেৰ’  বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰৰ ওপৰত উঠি যায়।

author-image
Asomiya Pratidin
New Update
a703127b-87e7-4c4d-9b2a-6d57e9af6a06

a703127b-87e7-4c4d-9b2a-6d57e9af6a06 Photograph: (a703127b-87e7-4c4d-9b2a-6d57e9af6a06)

ডিজিটেল ডেস্কঃ সোমবাৰে দুপৰীয়াভাগত দিছপুৰ লাষ্টগেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন চৰকাৰী বলেৰবাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰৰ ওপৰত উঠি যায়। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

9b5df26a-3ccd-4217-bbca-e4f3ed3f500e

উল্লেখ কৰা প্ৰয়োজন যে, দিছপুৰ লাষ্টগেটৰ ভৱেন্দ্ৰনাথ শইকীয়া পথত সংঘটিত হৈছে এই দুৰ্ঘটনাতো। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰাৰ লগতে অঞ্চলটোত সৃষ্টি হোৱা যান-যঁট ৰোধ কৰে।

দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ- AS-01- DQ 5096

পথ দুৰ্ঘটনা