বিধায়ক পদ খাৰিজ, পদত্যাগ কৰিব লাগিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে

বিধায়ক পদ খাৰিজ, পদত্যাগ কৰিব লাগিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে
Published on
Updated on
  • মুখ্যমন্ত্ৰীৰ পদ এৰিব লাগিব হেমন্ত সোৰেণে।
  • তেওঁৰ বিধায়কৰ পদ খাৰিজ কৰা হৈছে।
  • ঝাৰখণ্ডৰ ৰাজ্যপালে এই সন্দৰ্ভত গেজেট যোগে জাৰি কৰিছে জাননী।
  • ৰাজ্যপাললৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছিল প্ৰতিবেদন।
  • তাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰে ঝাৰখণ্ডৰ ৰাজ্যপালে।
  • উল্লেখ্য যে, চৰ্চাত আছিল ঝাৰখণ্ড।
  • ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ ভাঙিবলৈ তৎপৰ হৈছিল বিজেপি।
  • পশ্চিম বংগত ধৰা পৰিছিল ধন সহ শাসকীয় দলৰ দুই বিধায়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in