মহানগৰীত ডকাইটি: গৃহস্থৰ হাত-ভৰি বান্ধি লুটি নিলে সা-সম্পত্তি

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on
  • মহানগৰীত পুনৰ সংঘটিত হৈছে ডকাইটি কাণ্ড।

  • নুনমাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

  • মাতৃ-পুত্রৰ হাত-ভৰি বান্ধি লুটপাত চলালে ৬জনীয়া ডকাইতৰ দলে।

  • ডকাইতে লুটি নিয়ে নগদ ৬০ হাজাৰ টকা।

  • লগতে ডকাইটৰ দলটোৱে লুটি নিয়ে ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰ।

  • খিৰিকিৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্রৱেশ কৰিছিল দলটো।

  • নুনমাটিৰ ১নম্বৰ আনন্দনগৰত সংঘটিত হৈছে এই ঘটনা।

ei muhurtar khabar
ৰজাদুৱাৰ পাহাৰত ওলাইছে তথ্য, প্ৰমাণ! মহাৰাজ পৃথুৰ সোণালী ইতিহাস ধ্বংস নকৰিবলৈ আহ্বান উত্তৰ গুৱাহাটীবাসীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in