লাহৰীঘাটত বন্যাৰ্তৰ কাষত ডাঃ আচিফ নাজাৰ, বানৰ পৰা উদ্ধাৰ কৰিলে হৰিণা...

লাহৰীঘাটত বন্যাৰ্তৰ কাষত ডাঃ আচিফ নাজাৰ, বানৰ পৰা উদ্ধাৰ কৰিলে হৰিণা...
Published on
Updated on
  • ৰাজ্যত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি।

  • বুধবাৰে লাহৰীঘাট সমষ্টিৰ বন্যাৰ্তৰ মাজত উপস্থিত হয় বিধায়ক ডাঃ আচিফ মঃ নাজাৰ।

  • বানপীড়িতৰ খবৰ ল'বলৈ সমষ্টিৰ কেইবাটাও প্ৰান্ত পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে।

  • বানপানীৰ মাজৰ পৰা বিধায়কগৰাকীয়ে উদ্ধাৰ কৰে এটি হৰিণা পহু।

  • বানপানীৰ বাবে খাদ্যৰ সন্ধানত আৰু ওখ ঠাই বিচাৰি ওলাই আহিছিল হৰিণাটো।

  • নিজ হাতেৰে হৰিণাটো উদ্ধাৰ কৰে বিধায়ক ডাঃ আচিফ মঃ নাজাৰে।

  • বৰ্তমান হৰিণাটো জিলা প্ৰশাসনক গতাই দিয়ে বিধায়কগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in