অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা বোৱাইছে দুধনৈত...

চৰকাৰৰ নিকা নিযুক্তিৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন পৰিয়ালৰ লোকৰ
Dudhnoi
Dudhnoi
Published on
Updated on

ডিজিটেল সংবাদ,দুধনৈঃ  সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা বোৱাইছে দুধনৈত I উক্ত পৰীক্ষাত ১৭ নং স্থান দখল কৰি এ চি এছ লাভ দুধনৈৰ থেকাচু প্ৰথম খণ্ডৰ ছাত্ৰ অচিন্ত্য ৰয়ৰ ।

উল্লেখ্য যে, মেধাৱী ছাত্ৰ ৰয় পিতৃ অতুল চন্দ্ৰ ৰয় আৰু মাতৃ গীতাঞ্জলী ৰয়ৰ প্ৰথম সন্তান। ছাত্ৰগৰাকীৰ সাফল্যত আনন্দ লাভ কৰে অঞ্চলটোৰ ৰাইজে l আনহাতে চৰকাৰৰ নিকা নিযুক্তিৰ বাবে ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in