ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁৱত ই-ৰিক্সা বিক্ৰী কেন্দ্ৰ মুকলি। জিলাখনৰ শেনচোৱা খুটীকটীয়াত নতুনকৈ মুকলি হৈছে ই - ৰিক্সাৰ নতুন বিক্ৰী কেন্দ্ৰ "ময়ূৰী"।
ই-ৰিক্সা বিক্ৰী কেন্দ্ৰটিৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ৰাইজে ক্ৰয় কৰিব পাৰিব উন্নত মানদণ্ডৰ ই - ৰিক্সা। ই - ৰিক্সাৰ বিক্ৰী কেন্দ্ৰটি মুকলি কৰে নগাঁও পৰিবহন বিভাগৰ এম ভি আই ক্ষিৰোদ দাসে। লগতে নগাঁও পৰিবহন বিভাগৰ কেইবাজনো বিষয়ববীয়া আৰু নগাঁৱৰ ভালেসংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।
আৰু পঢ়কঃ কোকৰাঝাৰত মচি দিয়া হ'ল অসমীয়া আৰু ইংৰাজীৰ ভাষাত লিখা ফলক...