ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ কপুৱাৰাত সংঘটিত হৈছে এই ঘটনা।
নিহত সন্ত্ৰাসবাদীটোৰ পৰা নিৰাপত্তাৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীৰ কয় যে,এতিয়াও বহুতো সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ পোৱা গৈছে। অনুসন্ধান অভিযান চলি আছে।