এছিয়ান গেমছত অন্তৰ্ভুক্তৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ

নৱাগত খেলুৱৈৰ বাবে কোহিনুৰ ৯৯৯ ত এশৰো অধিক ইভেণ্ট উপলদ্ধ
এছিয়ান গেমছত অন্তৰ্ভুক্তৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বৰ লগতে ভাৰততো সম্প্ৰতি ই-স্প’ৰ্টছৰ জনপ্ৰিয়তা দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে৷ বিগত বৰ্ষত চীনত হোৱা এছিয়ান গেমছত ই-স্প’ৰ্টছৰ অন্তৰ্ভুক্তিয়ে খেলবিধক স্বীকৃতি দিয়াৰ ফলত ভাৰতৰ খেলুৱৈসকলে এখন নতুন মঞ্চ লাভ কৰাৰ লগতে দেশৰ যুৱক-যুৱতীসকলেও ৰোমাঞ্চকৰ একচন আৰু মনোৰঞ্জন প্ৰদান কৰা ই-স্প’ৰ্টছৰ প্ৰতি আকৰ্ষিত হৈছে৷

ভাৰতীয় যুৱ সমাজক ই-স্প’ৰ্টছৰ জড়িয়তে বিশ্বজয়ৰ সপোন পূৰ্ণ কৰাৰ লক্ষ্যৰে সুযোগ দিবলৈ আগবাঢ়িছে কোহিনুৰ ৯৯৯ এ। য'ত, খেলুৱৈসকলে এশটাতকৈ অধিক ইভেণ্ট খেলা তথা অনুশীলন কৰাৰ সবিধা পাব৷ প্লেটফৰ্মত ২৪ ঘণ্টাই উপলব্ধ থকা কোহিনুৰ ৯৯৯ এ মসৃণ আৰু চাপমুক্ত গেমিং অভিজ্ঞতা প্ৰদান কৰাৰ বাবে নতুন খেলুৱৈসকল উপকৃত হ’ব৷

কোহিনুৰ ৯৯৯ ৰ চিইঅ’ তথা ই-স্পৰ্টছৰ অভিজ্ঞ সমল ব্যক্তি এণ্ডি মৰ্গানে কয় ‘কোহিনুৰ ৯৯৯ অতুলনীয় ই-গেমিং অভিজ্ঞতা প্ৰদানৰ বাবে উৎসৰ্গিত৷ মূলতঃ বিস্তৃত গেম নিৰ্বাচন, অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰু ব্যতিক্ৰমী সেৱাৰ দিশত নৱাগত খেলুৱৈৰ পক্ষত থিয় দিছে৷ বিশ্বত ই-স্প’ৰ্টছৰ উত্থান তথা ভাৰতত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ ফলত আন যিকোনো পৰম্পৰাগত প্ৰতিযোগিতাতকৈ এই খেলবিধে দ্ৰুত খ্যাতি লাভ কৰিছে৷ যোৱা কেইবছৰমানৰ পৰা ই-স্প’ৰ্টছ খণ্ডটোৱে আচৰিত হাৰত সম্প্ৰসাৰণ কৰিছে৷’

এছিয়ান গেমছত অন্তৰ্ভুক্তৰ পাছতে ভাৰতত জনপ্ৰিয় হৈছে ই-স্প’ৰ্টছ
চতিয়াত নিচাযুক্ত সামগ্ৰীসহ এজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in