-
বছৰৰ শেষত অসমলৈ আহিল আন এক ভাল খবৰ।
-
অসমীয়া জাতিৰ স্বাভিমান গামোচাই লাভ কৰিলে জি আই টেগ।
-
ভাৰত চৰকাৰৰ Geographical Indications Registry য়ে আগবাঢ়াইছে এই জি আই টেগ।
-
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই খবৰ।
-
ইয়াৰ বাবে সোণোৱালে অসমবাসীক অভিনন্দনো জ্ঞাপন কৰিছে।
Assam's Pride, Shining Bright!
Due recognition of our heritage & cultural identity. Gamosa gets the GI tag, bringing joy to thousands of weavers of this special item that has become a global symbol of Assam.
Congratulations to all. pic.twitter.com/6abQTsc4Rp— Sarbananda Sonowal (@sarbanandsonwal) December 13, 2022
ক্লিক কৰি পঢ়কঃ 'গেং অফ ডেভিলছ'ৰ দুই সদস্যক গ্ৰেপ্তাৰ...