হাজোত কেক কাটি গৌৰৱ গগৈৰ জন্মদিন উদযাপন ফেনছ ক্লাৱৰ

হাজোত কেক কাটি গৌৰৱ গগৈৰ জন্মদিন উদযাপন ফেনছ ক্লাৱৰ
Published on
Updated on

ডিজিটেল সংবাদ,হাজোঃ হাজোত লোকসভাৰ উপ দলপতি তথা সাংসদ গৌৰৱ গগৈৰ জন্ম দিন উদযাপন। গৌৰৱ গগৈ ফেনছ ক্লাৱৰ উদ্যোগত উদযাপন কৰা হয় জন্ম দিন। কেক কাটি জন্মদিন উদযাপন কৰে ফেনছ ক্লাৱৰ সদস্যসকলে।

এই কাৰ্য্যসূচীত কংগ্ৰেছৰ বহু দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। দলীয় নেতাৰ গৰাকীৰ জন্মদিন উপলক্ষে হাজো মেডিকেলত ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে। লগতে হাজোৰ বিভিন্ন ঠাইত গছপুলিও ৰোপন কৰা লগতে সাংসদ গৌৰৱ গগৈক দলীয় কৰ্মী সকলে জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

হাজোত কেক কাটি গৌৰৱ গগৈৰ জন্মদিন উদযাপন ফেনছ ক্লাৱৰ
নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে মিজোৰাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in