কেবিনেট বৈঠকঃ অহা সপ্তাহত বৰাকৰ বান পৰিস্থিতিৰ বুজ ল'ব মন্ত্ৰীসভাৰ দলে

কেবিনেট বৈঠকঃ অহা সপ্তাহত বৰাকৰ বান পৰিস্থিতিৰ বুজ ল'ব মন্ত্ৰীসভাৰ দলে
Published on
Updated on
  • কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

  • বান পৰিস্থিতি বুজ লোৱা উদ্দেশ্যে ৩ দিনৰ কাৰণে ভিন্ন জিলাত বাহৰ পাতিব মন্ত্ৰীসকলে

  • বৃহস্পতিবাৰে মাজুলী আৰু শুকুৰবাৰে ডিব্ৰুগড়ৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে

  • অহা সপ্তাহত বৰাকৰ বান পৰিস্থিতিৰ বুজ ল'ব মন্ত্ৰীসভাৰ দলে

  • ৩৭টা স্থানত কিডনী ডায়েলাইচিছ চেন্ট্রাৰ স্থাপনৰ অনুমোদন

  • ২২খন জিলাত স্থাপন কৰা হ'ব ICU

  • পাবলিক প্রাইভেট পাটনাৰ্ছিপত কৰা হ’ব ICU

  • ৰোগীয়ে চৰকাৰী নিৰিখত দিলেই হ’ব মাচুল

  • কেন্সাৰ হাস্পতালৰে টাটা ট্রাষ্টৰ শেষ হোৱা বুজাবুজি ৫ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত

  • কোনো নিযুক্তি পৰীক্ষাৰ মাছুল দিব নালাগে SC-ST ৰ প্ৰাৰ্থীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in