দ্বাদশ শ্ৰেণী চূড়ান্ত পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল…

দ্বাদশ শ্ৰেণী চূড়ান্ত পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল…

author-image
asomiyapratidin
New Update
দ্বাদশ শ্ৰেণী চূড়ান্ত পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল…

ডিজিটেল ডেস্ক: দ্বাদশ শ্ৰেণী চূড়ান্ত বৰ্ষৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল। মহাৰাষ্ট্ৰত সংঘটিত হৈছিল সেই ঘটনা। মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত খন মুম্বাইৰ এজন ছাত্ৰই পৰীক্ষা গৃহলৈ অহাৰ পূৰ্বেই লাভ কৰিছিল। এই সন্দৰ্ভত ভিলেৱাৰ্লী আৰক্ষীয়ে এজন শিক্ষককো আটক কৰিছে।

এই শিক্ষক গৰাকীয়ে মালাদত এটা কোচিং ইনষ্টিটিউট চলায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিক্ষক গৰাকীৰ নাম মুকেশ যাদৱ। তদন্তত ওলোৱা মতে এই প্ৰাইভেট কোচিং ইনষ্টিটিউটটোৰ পৰাই হোৱাটচএপ যোগে ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল।

hs exam paper out maharashtra