জামুগুৰিহাটত প্ৰচণ্ড ধুমুহা: বৰগছ বাগৰি কেইবাখনো দোকানৰ ক্ষতি সাধন

জামুগুৰিহাটত প্ৰচণ্ড ধুমুহা: বৰগছ বাগৰি কেইবাখনো দোকানৰ ক্ষতি সাধন
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰাঞ্চলত সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে।প্ৰচণ্ড ধুমুহাৰ ফলত অঞ্চলটোৰ টৌভঙা ব্যৱসায়িক কেন্দ্ৰস্থলত এডাল প্ৰকাণ্ড বৰগছ উভতি পৰাত কেইবাখনো দোকানৰ বিস্তৰ ক্ষতি সাধন হয়।অৱশ্যে কোনো লোক হতাহত হোৱাৰ ৰক্ষা পৰে।নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হয় কৃতিম বানৰ৷

জামুগুৰিহাটত প্ৰচণ্ড ধুমুহা: বৰগছ বাগৰি কেইবাখনো দোকানৰ ক্ষতি সাধন
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপতীয়া বাঘ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in