জীয়াঢলৰ বাঢ়নী পানীয়ে উটুৱাই নিলে গড়কাপ্তানি পথ...

JIYADHAL
JIYADHAL
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ অৰুণাচলত যোৱা কেইবাদিনো ধৰি হোৱা অব্যাহত আছে নেৰানেপেৰা মূষলধাৰ বৰষুণ। ফলত জীয়াঢল নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে জটিলতা।

দেওবাৰে জীয়াঢল চাৰিআলি পৰা ৰে'ল ষ্টেচনলৈ যোৱা গড়কাপ্তানী পথছোৱা নদীখনৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ পথছোৱা উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁৱৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in