কমলপুৰত কৃতীমানক সম্বৰ্ধনা জ্ঞাপন...

কমলপুৰত কৃতীমানক সম্বৰ্ধনা জ্ঞাপন...
Published on
Updated on

ডিজিটেল সংবাদ,হাজোঃ কমলপুৰত উখুৰা আঞ্চলিক ঈদগাহ পৰিচালনা সমিতি আৰু জনকল্যাণ সমিতিৰ উদ্যোগত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। এই সভাত কৃতী ছাত্ৰ- ছাত্ৰী,নীট আৰু APSC পৰীক্ষাত উত্তীৰ্ণ,যুৱ ব্যৱসায়ী, আদৰ্শ খেতিয়কক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানতে উদীয়মান যুৱ ব্যৱসায়ী আশ্ৰফ হুছেইনক যুৱ ব্যৱসায়ীৰ সন্মান প্ৰদান কৰা হয়।

সম্বৰ্ধনা সভাত বিশিষ্ট সাংবাদিক তৰণী চৰণ কলিতাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধনী ভাষণ আগবঢ়ায়। লগতে উপস্থিত থাকে কমলপুৰ বিজেপিৰ সংখ্যালঘু কোষৰ উপ সভাপতি নবাব হুছেইন, শিক্ষাবিদ কুটুবুদ্দিন আহমেদ।বাহাৰুল ইছলামে আঁতধৰা এই সভাত অঞ্চলটোৰ বিভিন্ন শিতানত কেইবাগৰাকী পুৰুষ মহিলাক বঁটা প্ৰদান কৰা হয়।

কমলপুৰত কৃতীমানক সম্বৰ্ধনা জ্ঞাপন...
JEE পৰীক্ষাত উত্তীৰ্ণ হৈও ধনৰ অভাৱত থমকি ৰৈছে মেধা ছাত্ৰী নিহা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in