বিদুষী মহিলা কিৰণ বৰুৱাৰ দেহাৱসান

 বিদুষী মহিলা কিৰণ বৰুৱাৰ দেহাৱসান
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰে বিশ্বনাথ চাৰিআলিৰ ভিৰগাঁও নিবাসী, বিদুষী মহিলা কিৰণ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। পুৱা প্ৰায় ৫.০৫ বজাত নিজ বাসগৃহত তেওঁ স্বৰ্গগামী হয়।

স্বাধীনতা যুঁজাৰু কুমুদ চন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী কিৰণ বৰুৱাৰ ৯৩ বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত ৪ জন পুত্ৰ, দুগৰাকী কন্যা, ৪ গৰাকী বোৱাৰী আৰু নাতি-নাতিনীসহ আত্মীয়ক এৰি থৈ যায়।

 বিদুষী মহিলা কিৰণ বৰুৱাৰ দেহাৱসান
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বৰদলনিত লাখপতি বাইদেউৰ প্ৰমাণ পত্ৰ বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in