লাহোৱালত বাগানৰ নাদত পৰি মৃত্যু দুটা নাহৰফুটুকীৰ

লাহোৱালত বাগানৰ নাদত পৰি মৃত্যু দুটা নাহৰফুটুকীৰ
Published on
Updated on

ডিজিটেল সংবাদ,লাহোৱালঃ লাহোৱালৰ আলিমূৰত উদ্ধাৰ দুটা মৃত নাহৰফুটুকী। বাগানৰ নাদত পৰি মৃত্যু হয় নাহৰফুটুকী দুটাৰ। বহুদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাস চলাই আছিল নাহৰফুটুকী দুটাই। এতিয়াও বাঘৰ সন্ত্ৰাসত উজাগৰে দিন পাৰ কৰিব লগা হৈছে অঞ্চলবাসীয়ে।

ইতিমধ্যে অঞ্চলটোৰ বহুকেইটা ছাগলী ভক্ষণ কৰিছে বাঘে। সেয়ে বাকী থকা বাঘকেইটা পিঞ্জাৰবদ্ধ কৰিবলৈ বন বিভাগক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।আনহাতে আজিৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত বনবিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হোৱা নাই।

লাহোৱালত বাগানৰ নাদত পৰি মৃত্যু দুটা নাহৰফুটুকীৰ
চফ,আজৱাইন,জিৰাঃ আজি দিম গুণাগুণৰ বতৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in