LIVE UPDATE: বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মহাৰণ

আজি বৰ্ষাপাৰাত ভাৰত- দক্ষিণ আফ্ৰিকাৰ মহাৰণ।

author-image
Asomiya Pratidin
New Update
LIVE UPDATE:  বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মহাৰণ

IND VS SA

সন্ধিয়া ৬-৩৫বজাত: বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত।

  • প্ৰথম ইনিংছত বেটিং কৰিব ভাৰতে ।

  • সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব মহাৰণ।

সন্ধিয়া ৭. বজাত: আৰম্ভ ভাৰত- দক্ষিণ আফ্ৰিকাৰ খেল

প্ৰথমটো বলত কে এল ৰাহুলৰ ৪ ৰাণ।

সন্ধিয়া ৭.১৪ বজাত:

  • ২ অভাৰ ৪ টা বলত ২১ ৰাণ সংগ্ৰহ ভাৰতৰ।

  • বৰ্ষাপাৰত কে এল ৰাহুলৰ প্ৰথমটো ৪ আৰু ৬ ।

  • সন্ধিয়া ৭.২০ বজাত:

  • ৪ অভাৰত ভাৰতৰ ৩৬ ৰাণ সংগ্ৰহ

  • গড় ৰাণ ৰেট ৯ ।

সন্ধিয়া ৭.২৮ বজাত:

  • ৬ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৫৭ ৰাণ সংগ্ৰহ টীম ইণ্ডিয়াৰ।

  • ক্ৰীজত আছে ৰাহুল- ৰোহিত।

সন্ধিয়া ৭.৪৭ বজাত:

  • বৰ্ষাপাৰত ভাৰতৰ প্ৰথমটো ইউকেট।

  • ৬ মাৰিবলৈ গৈ আউট হ'ল ৰোহিত শৰ্মা।

  • ৩৭ টা বলত ৪৩ ৰাণ ৰোহিত শৰ্মাৰ।

সন্ধিয়া ৭.৫৮ বজাত:

  • ২৮ টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰি পেভেলিয়ানলৈ উভতিল ৰাহুল।

  • ৰাহুলৰ স্থানত বেটিং ল'বলৈ আহে সূৰ্য কুমাৰ যাদৱ।

সন্ধিয়া ৮.২০ বজাত:

  • ১৮টা বলত ৫৪ ৰাণ সম্পূৰ্ণ কৰিলে সূৰ্য কুমাৰ যাদৱে।

  • টীম ইণ্ডিয়াৰ স্কোৰ আছিল ১৬ অভাৰত ১৭৮ ৰাণ।

সন্ধিয়া ৮.৩০ বজাত:

  • ভাৰতৰ খেলে মোহিত কৰিছে দৰ্শকক।

  • ১৭.২ অভাৰত ২০০ ৰাণ সম্পূৰ্ণ টীম ইণ্ডিয়াৰ।

৮.৩৫ বজাত:

  • ৰাণ আউট হ'ল সূৰ্য কুমাৰ যাদৱ।

  • ২২ ৰাণত ৬১ ৰাণ সংগ্ৰহ।

৮.৪0 বজাত:

  • ২০ অভাৰত ২৩৭ ৰাণ সংগ্ৰহ টীম ইণ্ডিয়াৰ।

  • দক্ষিণ আফ্ৰিকাক লক্ষ্য বান্ধি দিলে ২৩৮ ৰাণৰ।

৮.৫৫ বজাত:

  • দক্ষিণ আফ্ৰিকাৰ বেটিং আৰম্ভ।

  • লক্ষ্য় ২৩৬ ৰাণৰ।

  • ১ অভাৰত ১ ৰাণো কৰিবলৈ সক্ষম নহ'ল দক্ষিণ আফ্ৰিকা।

৯.০৩ বজাতঃ

  • দ্বিতীয় অভাৰত দক্ষিণ আফ্ৰিকাৰ ১ ৰাণতে প্ৰথমতো উইকেটৰ পতন।

  • ভাৰতৰ হৈ প্ৰথমতো উইকেট দখল কৰে বাওঁহতীয়া পেচাৰ অৰ্শদীপ সিঙে।

  • দিনেশ কাৰ্তিকৰ হাতত কেচ দি দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়তো উইকেটৰ পতন।

৯.৪৯ বজাত:

  • ৬.২ অভাৰত ৩ ইউকেট গ'ল দক্ষিণ আফ্ৰিকাৰ।

  • ৪৭ ৰাণ সংগ্ৰহ।

১০.২৯ বজাতঃ

  • দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ অৰ্ধ শতক।

  • ১৪ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১২৫ ৰাণ সংগ্ৰহ।

১০.৪০ বজাত

  • দক্ষিণ আফ্ৰিকাৰ উইকেট ৰক্ষক বেটছমেন কুইণ্টন ডি ককৰ অৰ্ধ শতক।

  • ৩৯ টা বলত অৰ্ধ শতক অৰ্জন ডি ককৰ।

১১.০৬ বজাত

  • ডেভিদ মিলাৰৰ শতক ।

  • ৪৬ টা বলত শতক মিলাৰৰ।

cricket india bcci live update ACA south africa IND VS SA