আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত মাইনাও ব্ৰহ্ম

আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত মাইনাও ব্ৰহ্ম
Published on
Updated on
  • আৰক্ষীৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্ম

  • বৰঝাৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰে মাইনাওক

  • নিশা দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান বিমানযোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল মাইনাও ব্ৰহ্ম

  • বৰঝাৰ আৰু বাক্সা আৰক্ষীৰ যুটীয়া অভিযানত আটক মাইনাও

  • ১০০ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছিল মহিলাগৰাকীয়ে

  • পাণ দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও ব্ৰহ্ম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in