মঙলদৈ মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত অথন্তৰ ৷
গণ সুৰক্ষা প্ৰাৰ্থীৰ প্ৰাৰ্থী ডা° স্বৰ্ণা দেৱীৰ এজেণ্ট সকলক প্ৰবেশ কৰিব দিয়া নাই কাউণ্টিং হ’লত ৷
আৰম্ভণি হ’ল দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভোট গণনা ৷
মঙলদৈ মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰূমত আৰম্ভণি হ’ল ভোট গণনা ৷
ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে দৰং জিলা প্ৰশাসনে ৷
গণ সুৰক্ষা প্ৰাৰ্থীৰ কাউণ্টিং এজেণ্ট সকলক হ’লত প্ৰবেশ কৰিব নিদিলে জিলা প্ৰশাসনে ৷
জিলা প্ৰশাসনৰ কাৰ্য্যত ক্ষোভিত হৈ পৰিছে এজেণ্ট সকল ৷
এই এজেণ্ট সকলে প্ৰয়োজনত গণতান্ত্ৰিক আন্দোলনৰ কৰাৰ ভাবুকি প্ৰদান কৰিছে ৷