যোৰহাটত ৰখাই থোৱা ট্রাকত ভয়ংকৰ অগ্নিকাণ্ড। ৰে"ল ষ্টেচনৰ সমীপত ৰখাই থোৱা অৱস্থাত জ্বলি উঠে ট্রাকখন। কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোকৰ। অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ।