-
পাকিস্তানৰ জে’লত বন্দী নগাঁৱৰ ৱাহিদা বেগম আৰু পুত্র
-
উচ্চতম ন্যায়ালয়ত আবেদন ৱাহিদাৰ মাতৃ আফিজা খাতুনৰ
-
গৃহ মন্ত্রণালয়ক দিয়া আবেদনৰ ভিত্তিত বৈদেশিক মন্ত্রণালয়লৈ পত্র প্রেৰণ
-
ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল আবেদন
-
বিষয়টো আদালতৰ পৰিসীমাৰ বাহিৰৰ বাবে খাৰিজ কৰিছিল আবেদন
-
পাকিস্তানত বৰ্তমান বন্দী ৫১জন ভাৰতীয়
-
৫১জনীয়া তালিকাত নাম নাই নগাঁৱৰ ৱাহিদা বেগম আৰু সন্তানৰ।
আৰু পঢ়কঃ আৰক্ষী জিম্মাৰ পৰা আচামী পলায়ন