নগাঁৱৰ আমোলাপট্টিৰ বি এম ৰোডত বিধ্বংসী অগ্নিকাণ্ড...

নগাঁৱৰ আমোলাপট্টিৰ বি এম ৰোডত বিধ্বংসী অগ্নিকাণ্ড...
Published on
Updated on
  • নগাঁৱৰ আমোলাপট্টিৰ বি এম ৰোডত বিধ্বংসী অগ্নিকাণ্ড

  • সাহিত্যিক, শিক্ষাবিদ তিলক মহন্তৰ বাসগৃহত অগ্নিকাণ্ড

  • জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বাসগৃহটোৰ প্ৰথম মহলা

  • অগ্নিকাণ্ডক লৈ অঞ্চলটোত সৃষ্টি হাহাকাৰ পৰিৱেশৰ

  • বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ

  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in