যাচিছিল ৰাজ্যিক মন্ত্ৰীৰ পদ, প্ৰস্তাৱ গ্ৰহণ নকৰিলে প্ৰফুল পেটেলে...

যাচিছিল ৰাজ্যিক মন্ত্ৰীৰ পদ, প্ৰস্তাৱ গ্ৰহণ নকৰিলে প্ৰফুল পেটেলে...
Published on
Updated on
  • এন ডি এৰ সহযোগী দল এনচি পি (অজিত পাৱাৰ) গোটৰ মন্ত্ৰীত্ব প্ৰস্তাৱ প্ৰত্যাখ্যান।

  • দলটোৰ সাংসদ প্ৰফুল পেটেলক যাচিছিল ৰাজ্য়িক স্বতন্ত্ৰ মন্ত্ৰী পদ।

  • পূৰ্বতে পেটেল আছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী।

  • স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পদ গ্ৰহণ নকৰিলে পেটেলে।

  • এই সন্দৰ্ভত অজিত পাৱাৰৰ প্ৰতিক্ৰিয়া।

  • পূৰ্বৰ কেবিনেট মন্ত্ৰী পেটেলে গ্ৰহণ নকৰে ৰাজ্যিক মন্ত্ৰী পদ।

যাচিছিল ৰাজ্যিক মন্ত্ৰীৰ পদ, প্ৰস্তাৱ গ্ৰহণ নকৰিলে প্ৰফুল পেটেলে...
LIVE UPDATE: অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in