নির্মল হালৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র-ছাত্রী সমাৰোহ...

নির্মল হালৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র-ছাত্রী সমাৰোহ...
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছি: পাটাছাৰকুছিস্থ নির্মল হালৈ মহাবিদ্যালয়খনে দুকুৰি পাঁচটি বসন্ত গৰকিলে। অনাগত দিনত মহাবিদ্যালয়খনৰ গৌৰৱ গাথাৰে সংপৃক্ত হৈ বিভিন্ন দিশ আলোচনার্থে অহা ২৬ জুলাইত মহাবিদ্যালয়খনৰ এখন প্রাক্তন ছাত্র-ছাত্রী সমাৰোহৰ আয়োজন কৰা হৈছে।

উক্ত সমাৰোহত মহাবিদ্যালয়খনৰ সমুহ প্রাক্তন ছাত্র-ছাত্রীৰ নিশ্চিত উপস্থিতি তথা সহযোগিতা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকা, মহাবিদ্যালয়খনৰ প্রাক্তন ছাত্র-ছাত্রী সম্মিলনীৰ সভাপতি হেমন্ত কুমাৰ ৰয়, কাৰ্যকৰী সভাপতি ড° প্রদীপ কুমাৰ শৰ্মা আৰু সম্পাদক গুণজিৎ নাথে কামনা কৰিছে।

নির্মল হালৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র-ছাত্রী সমাৰোহ...
জোনাইত বৃদ্ধি পাইছে হেপাটাইটিছ চি-এইছ আই ভি পজিটিভৰ সংখ্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in