ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য নিযুক্তি...

ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য নিযুক্তি...

Published on
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি।

  • ড০ ননীগোপাল মহন্ত হ'ব বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য।

  • প্ৰতাপ সন্দিকৈৰ স্থানত ড০ ননীগোপাল মহন্তক নিযুক্তি।

  • গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ মহন্ত।

  • মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টাৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল মহন্তই।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in