বকো আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত...

বকো আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত...
Published on
Updated on
  • বকোৰ লামপাৰাত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • পলায়নৰ সময়তে দুৰ্ধৰ্ষ ডকাইতলৈ আৰক্ষী গুলীচালনা।

  • ভৰিত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইতটো কেনাৰাম বসুমতাৰী ওৰফে মোটো।

  • আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়ত আৰক্ষীৰ গুলীত আহত হয় ডকাইতটো।

  • গুলীবিদ্ধ কেনাৰাম বসুমতাৰীক GMCHত ভৰ্তি কৰোৱা হয়।

  • উল্লেখযোগ্য যে শুকুবাৰে নিশা কামৰূপ আৰক্ষীয়ে ATM চোৰৰ চক্ৰ এটা গ্ৰেপ্তাৰ কৰিছিল ।

  • এই ATM চুৰিত অভিযুক্ত কেনাৰামক লৈ আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল।

  • তেনে সময়তে পলায়নৰ চেষ্টা কৰিছিল দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী।

  • জানিব পৰামতে দুৰ্ধৰ্ষ কেনাৰামৰ অসম আৰু মেঘালয়ত বিভিন্ন অপৰাধ কাৰ্যৰ সৈতেও জড়িত আছিল।

বকো আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত...
ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসক-কৰ্মচাৰী নিযুক্তিৰ দাবী জিলা ছাত্ৰ সন্থাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in