/asomiyapratidin/media/media_files/2025/08/04/fyhjuhuiuihui-2025-08-04-17-38-02.jpg)
ডিজিটেল ডেস্কঃ চৰকাৰী কাৰ্যসূচীৰে ভাৰতলৈ অহা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰমুৱাল্ডেজ মাৰ্কজক সোমবাৰে বিয়লি নতুন দিল্লীৰ পালাম বিমানবন্দৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/04/whatsapp-imag-2025-08-04-17-38-35.jpeg)
উল্লেখ্য যে, চলিত বৰ্ষত ভাৰত-ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এই ঐতিহাসিক সময়তে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব বুলি অনুমান কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us