ৰুমীৰূপকৰ চুবুৰীয়া পুস্পলতা বৰাৰ মৃত্যুত শোক

নতুন বজাৰ প্ৰতাপ শৰ্মা পথৰ নিৱাসী পুস্পলতা বৰা(৮০) বৰপুত্ৰ দুল বৰাৰ গৃহত বৃহস্পতিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত মৃত্যু হয়। যোৱা প্ৰায় দুবছৰে তেওঁ বাৰ্ধক্যজনীত ৰোগত ভূগি আছিল।

author-image
Asomiya Pratidin
New Update
ৰুমীৰূপকৰ চুবুৰীয়া পুস্পলতা বৰাৰ মৃত্যুত শোক

ডিজিটেল সংবাদ নগাঁও: নতুন বজাৰ প্ৰতাপ শৰ্মা পথৰ নিৱাসী পুস্পলতা বৰা(৮০) বৰপুত্ৰ দুল বৰাৰ গৃহত বৃহস্পতিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত মৃত্যু হয়। যোৱা প্ৰায় দুবছৰে তেওঁ বাৰ্ধক্যজনীত ৰোগত ভূগি আছিল।

চকলাঘাটৰ খৌৰামোচৰৰ নীৰদাকান্ত বৰাৰ পত্নী পুস্পলতা বৰা ৰাইডঙীয়াৰ আইভেটী সত্ৰৰ নাৰায়ণ বৰা আৰু সেৱতী বৰাৰ জীয়ৰী।মৃত্যুৰ সময়ত দুই জীয়ৰী, দুই পুত্ৰ দুল,ৰাজু, দুই বোৱাৰী গীতাঞ্জলি,জুৰিমণি আৰু কেইবাটাও নাতি, নাতিনী এৰি থৈ গৈছে। বিয়লিলৈ আমোলাপট্টি শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

নগাওঁ